Artwork

เนื้อหาจัดทำโดย Kiran Chandra Nath เนื้อหาพอดแคสต์ทั้งหมด รวมถึงตอน กราฟิก และคำอธิบายพอดแคสต์ได้รับการอัปโหลดและจัดหาให้โดยตรงจาก Kiran Chandra Nath หรือพันธมิตรแพลตฟอร์มพอดแคสต์ของพวกเขา หากคุณเชื่อว่ามีบุคคลอื่นใช้งานที่มีลิขสิทธิ์ของคุณโดยไม่ได้รับอนุญาต คุณสามารถปฏิบัติตามขั้นตอนที่แสดงไว้ที่นี่ https://th.player.fm/legal
Player FM - แอป Podcast
ออฟไลน์ด้วยแอป Player FM !

Ep_553_নগাঁৱত অনুষ্ঠিত শ্ৰমিক দিৱসৰ প্ৰতিবেদন

17:48
 
แบ่งปัน
 
Manage episode 416164302 series 3268531
เนื้อหาจัดทำโดย Kiran Chandra Nath เนื้อหาพอดแคสต์ทั้งหมด รวมถึงตอน กราฟิก และคำอธิบายพอดแคสต์ได้รับการอัปโหลดและจัดหาให้โดยตรงจาก Kiran Chandra Nath หรือพันธมิตรแพลตฟอร์มพอดแคสต์ของพวกเขา หากคุณเชื่อว่ามีบุคคลอื่นใช้งานที่มีลิขสิทธิ์ของคุณโดยไม่ได้รับอนุญาต คุณสามารถปฏิบัติตามขั้นตอนที่แสดงไว้ที่นี่ https://th.player.fm/legal
নগাঁৱত নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থাৰ শ্ৰমিক দিৱস পালন আৰু শ্ৰমিক সন্থাৰ সভাপতি গজেন শ‌ইকীয়াক সম্বৰ্ধনা। এক মে বুধবাৰে নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থায়ে শ্ৰমিক দিৱস পালন কৰে এই উপলক্ষে পুৱা মে দিৱসৰ ৰঙাপতকা উত্তোলন কৰে সন্থাৰ সভাপতি গজেন শ‌ইকীয়াই । ইয়াৰ পিছতেই শ্বহীদ সকলৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰাৰ লগতে সকলো শ্ৰমিকে শ্বহীদ বেদিত মাল্যাৰ্পন কৰি স্মৰণ কৰে । ইয়াৰ পিছতেই সন্থাৰ কাৰ্যালয়ত এখনি সভাৰ আয়োজন কৰে এই সভাত সভাপতিত্ব কৰে সদৌ অসম মটৰ শ্ৰমিক যুতীয়া পৰিষদৰ সাধাৰণ সম্পাদক এই ৰেজাক আহমেদে লগতে সভাত উপস্থিত থাকে গুৱাহাটীৰ শ্ৰমবিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া উত্তম পাটোৱাৰী । এই সভাত শ্ৰমিক সকলৰ বিভিন্ন ক্যালমুলক আঁচনিৰ বিষয়ে আলোচনা কৰাৰ লগতে ৰি সকল শ্ৰমিকে নিজৰ জীৱন বলিদান দিছিল সেই সকলক স্মৰণ কৰে । এই সভাতে নগাঁও ট্ৰাক চালক শ্ৰমিক সন্থাৰ সভাপতি গজেন শ‌ইকীয়াক সম্বৰ্ধনা জনোৱা হয় গজেন শ‌ইকীয়াক সম্বৰ্ধনা পত্ৰ, গামোচা, শৰাই আৰু এটি টি ভি প্ৰদান কৰা হয় ।
  continue reading

353 ตอน

Artwork
iconแบ่งปัน
 
Все серии

×
 
Loading …

ขอต้อนรับสู่ Player FM!

Player FM กำลังหาเว็บ

คู่มืออ้างอิงด่วน

ฟังรายการนี้ในขณะที่คุณสำรวจ
เล่น